Category:Assam

Wikimedia Commonsৰ পৰা
Jump to navigation Jump to search
অসমীয়া: অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়৷ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে সহযোগ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম ভাৰতৰ অধীন হৈ পৰে৷ ব্ৰিটিছ শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ৷ অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ জুৰি আছে৷ অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে৷ আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে৷ কাজিৰঙাৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত।
English: Assam (Assamese: অসম Ôxôm [ɔxɔm]) is a northeastern state of India with its capital at Dispur, in the outskirts of the city Guwahati. Located south of the eastern Himalayas, Assam comprises the Brahmaputra and the en:Barak river valleys and the en:Karbi Anglong District and the en:North Cachar Hills with an area of 30,285 square miles (78,438 km²). Assam is surrounded by the other six of the Seven Sister States: Arunachal Pradesh, Nagaland, Manipur, Mizoram, Tripura and Meghalaya. These states are connected to the rest of India via a narrow strip in West Bengal called the Siliguri Corridor or "Chicken's Neck". Assam also shares international borders with Bhutan and Bangladesh; and cultures, peoples and climate with en:South-East Asia—important elements in India’s en:Look East policy.
Assam (es); Assam (szl); Assam (is); آسام (ks); Assam (ms); Ассам (os); Assam (en-gb); آسام (ps); Assam (tr); آسام (ur); Ásam (sk); Assam (oc); Accom (uz); Ассам (kk); Асам (mk); आसाम (bho); Assam (fr); Assam (hr); आसाम (mr); ଆସାମ (or); असम (awa); Assam (nb); Assam (az); Assam (hif); آسام (ar); आसाम (gom); အာသံပြည်နယ် (my); 阿薩姆邦 (yue); Assam (ast); Assam (ca); Assam (de-ch); Assam (cy); Assam (sq); آسام (fa); 阿萨姆邦 (zh); Assam (da); ასამი (ka); असमरज्जं (pi); Assam (ia); Assam (ha); ඇසෑම් (si); Assam (la); असमराज्यम् (sa); असम (hi); 阿萨姆邦 (wuu); ਅਸਾਮ (pa); Assam (en-ca); அசாம் (ta); Асам (be-tarask); รัฐอัสสัม (th); Assam (sh); Assam (vec); ཨཱསཱམ། (bo); অসম (bpy); Асам (bg); Assam (ro); Assam (mg); Assam (no); Assam (ace); 阿薩姆邦 (zh-hant); 아삼주 (ko); Asamo (eo); Asam (an); আসাম (bn); Assam (cdo); Assam (jv); Асам (cv); އާސާމު (dv); آسام (lrc); אסאם (yi); Asam (hsb); Assam (vi); ასამიშ შტატი (xmf); Assam (af); Assam (pt-br); Assam (sco); Ассам (mn); Assam (nan); ಅಸ್ಸಾಂ (kn); Assam (en); Asszám (hu); આસામ (gu); Assam (eu); Ассам (ru); Assam (qu); आसाम (gom-deva); Ассам (ce); Асам (be); आसाम (ne); Assam (sw); Άσαμ (el); Assam (war); אסאם (he); Ассам (tt); آسام (azb); आसाम (new); అసోం (te); آسام (pnb); Assam (frr); Assam (fi); Assam (ga); Asam (br); Assam (it); አሳም (am); アッサム州 (ja); Ասսամ (hy); Assam (et); Assam (sv); Assam (de); Ассам (uk); Ассам (tg); Assam (yo); असाम (mai); Assam (pt); অসম (as); Ásám (cs); Assam (nn); Asamas (lt); Asam (gom-latn); Assam (tl); Asama (lv); Асам (sr); Assam (id); Asam (pl); ആസാം (ml); Assam (nl); Assam (pam); आसाम (dty); آسام (sd); Assam (ceb); Assam (gl); ᱟᱥᱟᱢ (sat); 阿萨姆邦 (zh-hans); Assam (simple) estado de la India (es); ভারতের একটি রাজ্য (bn); état de l'Inde (fr); Հնդկաստանի հյուսիս–արևելյան նահանգ (hy); штат в Индии (ru); भारतातील एक राज्य. (mr); indischer Bundesstaat (de); állam Indiában (hu); shtet i Indisë (sq); یکی از ایالت‌های کشور هند (fa); 印度的一个一级行政区 (zh); אינדישער שטאט (yi); Hindistan eyaleti (tr); Indian state (en); Indya suyu (qu); ಭಾರತದ ರಾಜ್ಯ (kn); Delstat i nordöstra Indien (sv); delstat i India (nb); ഇന്ത്യയിലെ ഒരു സംസ്ഥാനം (ml); deelstaat in het noordoosten van India (nl); भारतस्य राजयम् (sa); भारतीय राज्य (hi); భారతీయ రాష్ట్రం (te); Intian osavaltio (fi); উত্তৰ-পূব ভাৰতৰ ৰাজ্য (as); stato indiano (it); 印度东北部的邦 (zh-hans); இந்திய மாநிலம் (ta) Asam, Assami (sq); అస్సాం (te); Ajman (vi); The Land of Red Rivers and Blue Hills, Axom, Asom (en); Կամարուպա, Ասամ (hy); Asamio (eo); অছম, আছাম, আসম, আসাম, অহম, আহম (as)
অসম 
উত্তৰ-পূব ভাৰতৰ ৰাজ্য
Assam state montage.jpg
 Seal of Assam.svg 
মিডিয়া আপল'ড কৰক
Wikipedia-logo-v2.svg  ৱিকিপিডিয়া
Instance ofstate of India
Location ভাৰত
Capital
Legislative body
  • অসম বিধানসভা
Executive body
  • অসম বিধানসভা
Head of state
Head of government
Inception
  • ২৬ জানুৱাৰী ১৯৫০
Population
  • ৩,১২,০৫,৫৭৬ (২০১১)
Area
  • ৭৮,৪৩৮ km²
Different from
  • Assam
official website
২৬° ০০′ ০০″ N, ৯৩° ০০′ ০০″ E
কৰ্তৃপক্ষ নিয়ন্ত্ৰণ
Edit infobox data on Wikidata

উপশ্ৰেণীসমূহ

এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ ১২টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত ১২ টা উপশ্ৰেণী আছে।

A

C

  • Culture of Assam(৩৮টা শ্ৰেণী, ৫৯টা ফাইল)

E

G

H

  • History of Assam(১৪টা শ্ৰেণী, ১৩টা ফাইল)

M

N

  • Nature of Assam(১৬টা শ্ৰেণী, ১৯টা ফাইল)

P

T

"Assam" শ্ৰেণীৰ পৃষ্ঠাসমূহ

মুঠ ৩ টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ ৩ টা পৃষ্ঠা আছে।

"Assam" শ্ৰেণীৰ মিডিয়া

এই শ্ৰেণীটোত কেৱল তলত দিয়া ফাইলটোহে আছে। মুঠ ২০৭টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ ২০০ টা ফাইল আছে।

(পূৰ্বৱৰ্তী পৃষ্ঠা) (পৰৱৰ্তী পৃষ্ঠা)(পূৰ্বৱৰ্তী পৃষ্ঠা) (পৰৱৰ্তী পৃষ্ঠা)