Jump to content

Template:DjVu/as

From Wikimedia Commons, the free media repository
এই সমল ডিজেভু নামৰ প্ৰাথমিকভাৱে স্কেন কৰা পাঠ্য সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা কম্পিউটাৰ ফৰ্মেটত আছে।

আপুনি ইয়াত এই ডিজেভু সমল অনলাইন চাব পাৰিব। যদি সমলটোত বহু পৃষ্ঠা আছে তেন্তে আপুনি ছবিৰ সোঁকাষে থকা নিয়ন্ত্ৰকৰ সহায়ত পৃষ্ঠা সলনি কৰিব পাৰিব।

আপুনি আপোনাৰ ৱেব ব্ৰাউজাৰত এটা ব্ৰাউজাৰ প্লাগইন/এড-অন নাইবা আপোনাৰ অপাৰেটিং ছিষ্টেমত ডেস্কটপ ডিজেভু ভিউৱাৰ ব্যৱহাৰ কৰিও এই ডিজেভু ফাইলটো চাব পাৰিব। আপুনি এই তালিকাৰ পৰা উপযুক্ত চফ্টৱেৰ বাছনি কৰিব পাৰে। অধিক তথ্যৰ বাবে সহায়:ডিজেভু চাওক।

অসমীয়া  català  čeština  Deutsch  Deutsch (Sie-Form)  English  Esperanto  español  français  galego  हिन्दी  magyar  italiano  日本語  македонски  Nederlands  polski  português  русский  sicilianu  українська  Tiếng Việt  中文  中文(简体)  中文(繁體)  +/−