Template:TemplateDataInfo/i18n/as

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search
This page is a translated version of a page Template:TemplateDataInfo/i18n and the translation is 58% complete. Changes to the translation template, respectively the source language can be submitted through Template:TemplateDataInfo/i18n and have to be approved by a translation administrator.
Outdated translations are marked like this.
<templatedata>JSON</templatedata> ./. {{TemplateBox}}
TemplateData

তথ্যসাঁচ হৈছে মানুহ আৰু যন্ত্ৰ উভয়ৰ বাবে সাঁচ পেৰামিটাৰবোৰৰ তথ্য (সেই সাঁচসমূহ বা সকলো সাঁচৰ বিস্তৃত বিৱৰণ) সংৰক্ষণ কৰি থোৱাৰ এক ব্যৱস্থা। এই তথ্যবোৰ ভিজুৱেলএডিটৰ আৰু সম্ভৱতঃ আপল'ড ৱিজাৰ্ডৰ দৰে অন্য সজুলিসমূহত ব্যৱহাৰ হয়।


উপলব্ধ সাঁচ নথিকৰণসমূহ

ৱিকিমিডিয়া কমন্সত, ‎/doc উপপৃষ্ঠাত ‎useTemplateData=1 বা ‎useTemplateData=only যিকোনো এটাৰ সৈতে {{TemplateBox}} ব্যৱহাৰ কৰা আৰু ইয়াক {{Documentation}}ৰ দ্বাৰা সাঁচত অনুবাদ কৰাৰ অনুমোদন জনোৱা হৈছে।প্ৰয়োজন সাপেক্ষে, বিতৰ্কৰ বাবে ‎<nowiki>-tagsৰ ব্যৱহাৰ কৰিব পাৰি।

নতুনকৈ সৃষ্টি কৰা সাঁচ নথিকৰণ আৰু আমদানি

ইয়াৰোপৰি, কিছুমান ৱিকিপিডিয়াত বিশেষকৈ আমদানিকৃত সাঁচসমূহত বা JSON অভিজ্ঞতাপুষ্ট সদস্যই বৰ্ণনা কৰা অনুহৰি ৱিকিপাঠ বা সাঁচসমূহত ‎<templatedata>-tags ব্যৱহাৰ কৰে।

আলোচনা
তাত এই সম্পৰ্কীয় এটা আলোচনা কৰি থকা হৈছে। আপুনিও সেই আলোচনাত অংশ গ্ৰহণ কৰি, আপোনাৰ অভিজ্ঞতা, মন্তব্য, ৰায়, অথবা পৰামৰ্শ ব্যক্ত কৰিব পাৰে।


তথ্যসাঁচ সম্পৰ্কীয় ৱিকিপিডিয়াৰ সহায়কমন্স-বিশেষ তথ্য

NOTE: Please do not use this template directly! This is just for translation. Use {{TemplateDataInfo}} instead.