Assamese subtitles for clip: File:দুনিয়া যখন দোরগোড়ায়.webm

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search
1
00:00:02,120 --> 00:00:04,840
নেতাজী সুভাষ চন্দ্ৰ বসুৱে

2
00:00:04,840 --> 00:00:06,160
তেওঁৰ দেউতাকলৈ লিখা এখন চিঠিত জনাইছিল যে,

3
00:00:06,545 --> 00:00:09,765
এই মতাদৰ্শৰ দ্বন্দ্ববাদ, সি লাগিলে ভালেই বা বেয়াই হওক,

4
00:00:10,175 --> 00:00:13,365
আমাৰ সংঘাতবোৰৰ প্ৰধান কাৰণ।

5
00:00:13,815 --> 00:00:14,815
বুজিলা?

6
00:00:15,320 --> 00:00:18,920
তেওঁৰ স্বামী বিবেকানন্দৰ দৰ্শনৰ লগত তুলনা কৰিছিল।

7
00:00:18,920 --> 00:00:20,780
আপুনি আকৌ যা-তা কথা ক'বলৈ আৰম্ভ কৰিছে।

8
00:00:20,940 --> 00:00:22,680
তেওঁ দেউতাকলৈ তেনেকুৱা কোনো চিঠি লিখা নাছিল।

9
00:00:22,860 --> 00:00:26,380
তুমি কি জানা? হোৱাট্‌ছএপতে সোমাই থকা ফটুৱা জেনেৰেচন!

10
00:00:27,125 --> 00:00:28,175
কিতাপ-পত্ৰ পঢ়ানে?

11
00:00:29,075 --> 00:00:30,355
সেইবোৰ কেতিয়াবা খুলি চোৱানে?

12
00:00:32,055 --> 00:00:32,975
 

13
00:00:32,975 --> 00:00:33,975
ঐ

14
00:00:34,105 --> 00:00:35,105
কি?

15
00:00:36,000 --> 00:00:37,000
কি মামা!

16
00:00:37,000 --> 00:00:40,160
কি হাল্লা কৰি আছে? মোক কওক, মই বুজাই দিম।

17
00:00:40,165 --> 00:00:41,165
ঐ, হেল্লো!

18
00:00:41,260 --> 00:00:44,800
নেতাজী সুভাষ চন্দ্ৰ বসুৱে দেউতাকলৈ তেনেকুৱা একো চিঠি লিখা নাছিল।

19
00:00:44,800 --> 00:00:46,195
নেতাজীয়ে চিঠিখন

20
00:00:46,200 --> 00:00:48,100
তেওঁৰ ককায়েক শৰৎ চন্দ্ৰ বসুলৈহে লিখিছিল।

21
00:00:48,200 --> 00:00:51,215
আৰু অঁ, এইটো স্বামী বিবেকানন্দৰ আইডিয়া বুলি আপুনি কোৱা নাছিলনে?

22
00:00:51,220 --> 00:00:53,740
এইটো স্বামী বিবেকানন্দৰ আইডিয়া নাছিল।

23
00:00:53,820 --> 00:00:57,275
এইটো পূৰাপুৰি হেগেলৰ আইডিয়া আছিল।

24
00:00:57,275 --> 00:01:00,345
হফমেন আৰু স্কপেনহৰৰ ব্লাইণ্ড ৱিল

25
00:01:00,345 --> 00:01:02,380
আৰু হেনৰী বাৰ্গচনৰ এলান ভাইটেল।

26
00:01:02,540 --> 00:01:04,920
তেওঁ এইবোৰ কিতাপ পঢ়িয়েই সকলো আইডিয়া পাইছিল।H

27
00:01:05,080 --> 00:01:06,220
বুজি পালেনে?

28
00:01:06,840 --> 00:01:07,840
বুজি পালে?

29
00:01:27,440 --> 00:01:28,160
কি ৰাইজ? 

30
00:01:28,360 --> 00:01:29,360
অসমীয়া ৱিকিউৎসত ক্লিক কৰক।

31
00:01:30,100 --> 00:01:31,100
এতিয়া সকলো অসমীয়াই ৱিকিউৎস পঢ়িব।

32
00:01:34,000 --> 00:01:35,240
পাৰ্টীৰ কাৰণে ৰেডীনে? সোনকালে আঁহা।

33
00:01:39,200 --> 00:01:39,960
সোনটো

34
00:01:40,340 --> 00:01:42,280
ইমান দেৰীকৈ ক'লৈ যোৱা?

35
00:01:44,200 --> 00:01:46,100
লাইব্ৰেৰীলৈ যাওঁ বুলি ভাবিছোঁ, অলপ সময় কিতাপ পঢ়োঁগৈ।

36
00:01:46,100 --> 00:01:48,160
লাইব্ৰেৰী? এতিয়া?

37
00:01:48,160 --> 00:01:53,020
অঁ। ঘৰত থকা গোটেইবোৰ কিতাপ পঢ়ি শেষ কৰিলোঁ। এতিয়া নতুন কিতাপ লাগে।

38
00:01:55,060 --> 00:01:55,720
টে‌ক্সিৰ কাৰণে...

39
00:01:56,540 --> 00:01:57,300
সোনটো

40
00:01:58,360 --> 00:01:59,240
এইফালে আঁহা,

41
00:02:00,600 --> 00:02:01,760
ইয়ালৈ আঁহা, বহা।

42
00:02:04,340 --> 00:02:05,000
এইটো চোৱা।

43
00:02:05,760 --> 00:02:07,020
এইটো কি?

44
00:02:07,020 --> 00:02:11,480
লাইব্ৰেৰীলৈ যোৱাৰ প্ৰয়োজন কি, লাইব্ৰেৰীয়েই তোমাৰ কাষলৈ আহিব। 

45
00:02:27,980 --> 00:02:31,520
অসমীয়া ৱিকিউৎস

46
00:02:31,520 --> 00:02:35,640
as.wikisource.org