Assamese subtitles for clip: File:Sayaun Thunga Phool Ka (instrumental).ogg

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search
1
00:00:10,500 --> 00:00:15,500
শ ফুলেৰে গুঁঠা আমি, সেই মালাই নেপালী

2
00:00:15,500 --> 00:00:21,000
সাৰ্বভৌম হৈ বিয়পি আছে, মেচীৰ পৰা মহাকালীলৈ।

3
00:00:21,000 --> 00:00:26,500
শ ফুলেৰে গুঁঠা আমি, সেই মালাই নেপালী

4
00:00:26,500 --> 00:00:31,500
সাৰ্বভৌম হৈ বিয়পি আছে, মেচীৰ পৰা মহাকালীলৈ।

5
00:00:31,500 --> 00:00:37,000
প্ৰকৃতিৰ কৌটি কৌটি সম্পদৰ আঁচল

6
00:00:37,000 --> 00:00:42,500
বীৰৰ ৰক্তেৰে, স্বতন্ত্ৰ আৰু অটল।

7
00:00:42,500 --> 00:00:47,500
শান্তিভূমি তৰাঈ, পাহাড়, হিমাল

8
00:00:47,500 --> 00:00:53,000
অখণ্ড আৰু মৰমৰ আমাৰ মাতৃভূমি নেপাল।

9
00:00:53,000 --> 00:00:58,500
বহু জাতি, ভাষা, ধৰ্ম, সংস্কৃতিৰে বিশাল

10
00:00:58,500 --> 00:01:10,000
<big>'''অগ্ৰগামী ৰাষ্ট্ৰ আমাৰ, জয় জয় নেপাল।'''</big>