User talk:Indranil Gayan

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search
Welcome to Wikimedia Commons, Indranil Gayan!

-- Wikimedia Commons Welcome (talk) 18:41, 18 January 2013 (UTC)[reply]

প্ৰতিযোগিতাত নাম অন্তৰ্ভুক্তি[edit]

অসমীয়া ৱিকিপিডিয়াই আয়োজন কৰা আলোকচিত্ৰৰ প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰা বাবে আপোনালৈ শুভেচ্ছা তথা ধন্যবাদ। অনুগ্ৰহ কৰি অসমীয়া ৱিকিপিডিয়াৰ প্ৰতিযোগিতাৰ পৃষ্ঠাখনত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক। পুনৰ শুভকামনা। যদিহে ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰিছে, অনুগ্ৰহ কৰি এই বাৰ্তাটো উপেক্ষা কৰক। সহায়ৰ বাবে তলৰ লিংকটো অনুসৰণ কৰক: https://as.wikipedia.org?curid=64545 Nayan j Nath (talk) 16:00, 8 January 2021 (UTC)[reply]