Category:Assam

From Wikimedia Commons, the free media repository
Jump to: navigation, search
States of India: Andhra Pradesh · Arunachal Pradesh · Assam · Bihar · Chhattisgarh · Goa · Gujarat · Haryana · Himachal Pradesh · Jammu and Kashmir · Jharkhand · Karnataka · Kerala · Madhya Pradesh · Maharashtra · Manipur · Meghalaya · Mizoram · Nagaland · Odisha · Punjab · Rajasthan · Sikkim · Tamil Nadu · Telangana · Tripura · Uttar Pradesh · Uttarakhand · West Bengal ·
Union territories of India: Andaman and Nicobar Islands · Chandigarh · Dadra and Nagar Haveli · Daman and Diu · Delhi · Lakshadweep · Puducherry ·
অসমীয়া: অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়৷ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে সহযোগ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম ভাৰতৰ অধীন হৈ পৰে৷ ব্ৰিটিছ শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ৷ অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ জুৰি আছে৷ অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে৷ আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে৷ কাজিৰঙাৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত।
English: Assam (Assamese: অসম Ôxôm [ɔxɔm]) is a northeastern state of India with its capital at Dispur, in the outskirts of the city Guwahati. Located south of the eastern Himalayas, Assam comprises the Brahmaputra and the en:Barak river valleys and the en:Karbi Anglong District and the en:North Cachar Hills with an area of 30,285 square miles (78,438 km²). Assam is surrounded by the other six of the Seven Sister States: Arunachal Pradesh, Nagaland, Manipur, Mizoram, Tripura and Meghalaya. These states are connected to the rest of India via a narrow strip in West Bengal called the Siliguri Corridor or "Chicken's Neck". Assam also shares international borders with Bhutan and Bangladesh; and cultures, peoples and climate with en:South-East Asia—important elements in India’s en:Look East policy.

Subcategories

This category has the following 13 subcategories, out of 13 total.

 

A

C

E

G

H

N

P

T

W

Pages in category "Assam"

The following 3 pages are in this category, out of 3 total.

Media in category "Assam"

The following 12 files are in this category, out of 12 total.